PokeVideoPlayer v0.9-rev1 - licensed under gpl3-or-later
Oh no, the video couldn't be loaded :(
You can try refreshing the page!
...
Views : 3,757
Genre: Entertainment
Date of upload: Oct 17, 2023 ^^
Rating : 4.901 (14/550 LTDR)
97.52% of the users lieked the video!!
2.48% of the users dislieked the video!!
User score: 96.28- Overwhelmingly Positive
RYD date created : 2023-10-28T16:32:42.622919Z
See in json
@gyandeepnath3600
9 months ago
মিৰ্জাত চাইছোঁ । খুব ধুনীয়া এখন নাটক । সবল সংলাপ , দুৰ্দান্ত অভিনয় মানে কʼবলৈ ভাষা নাই । নাটকখনৰ কেইটামান সংলাপ একেবাৰে মনত থাকি গʼল । “যিবোৰ সন্তানে স্বাধীনতাৰ নামত মাক-দেউতাকক অকলে অকলে মৰিবলৈ এৰি থৈ যাব পাৰে , অনৰ্থক ঝামেলা বুলি নামাকৰণ কৰি বৃদ্ধাশ্ৰমত পেলাই থৈ যাব পাৰে , তেনে প্ৰতিজন সন্তানৰ বিৰুদ্ধে এনে একো একোটা কেচ্ ৰুজু হোৱাটো দৰকাৰ” শেষৰ এই সংলাপটিয়ে প্ৰেক্ষাগৃহৰ প্ৰতিজন দৰ্শকক হাত চাপৰি বজাবলৈ বাধ্য কৰাইছে ।
11 |